Ture Sokule Sai Sai

Ture Sokule Sai Sai Lyrics

Ture Sokule Sai Sai  by Vreegu Kashyap, Chayanika Bhuyan

Song  ·  299,803 Plays  ·  3:16  ·  Assamese

© 2017 Times Music

Ture Sokule Sai Sai Lyrics

তোৰে চকুলে চাই চাই
মোৰ হিয়া জ্বলি যাই
তই বাৰু কেতিয়ালে হবি মোৰ
মৰম দিম হেপাহঁ পলোবাই
তোৰে চকুলে চাই চাই
মোৰ হিয়া জ্বলি যাই
তই বাৰু কেতিয়ালে হবি মোৰ
মৰম দিম হেপাহঁ পলোবাই
অ সোনমইনা অ মোৰে দেহাঁ
তোৰে মৰমতে মই হলো যে পগলা
দিঠকে সপোনে
তই আচ্ এতিয়া

তই চকুৰে হাহিলে
বুকুখন কপিঁ যাই
আৰু তই কাষলে আহিলে
হেপাঁহ বোৰ বাঢ়ি যাই
অ মোৰে মইনা, অ মোৰে দেহাঁ
সপোনতে আহিবি
চুমা এটি যাচিবি
তোৰ মৰম পালে হিযাঁ হব বাওলি

তোৰে কোমল ওঠৰ পৰসত
বুকু জোৰ পৰি যাই
আৰু তই অভিমান কৰিলে
মৰমবোৰ বাঢ়ি যাই
তোৰে কোমল ওঠৰ পৰসত
বুকু জোৰ পৰি যাই
আৰু তই অভিমান কৰিলে
মৰমবোৰ বাঢ়ি যাই
অ সোনমইনা অ মোৰে দেহাঁ
গোপনে গোপনে
মৰমবোৰ যাচিবি
কোনেও নজনাকৈ গোপোতে ৰাখিবি
অ তোৰ কোমল হাতৰ পৰসত
যোবনে সাৰ পাই
আৰু তই সাবটি ধৰিলে
উশাহ বোৰ বাঢ়ি যাই
অ মোৰে মইনা অ মোৰে দেহা
মন মোৰ বলিয়া ... কিয় যে কৰিলি
নোৱাৰো থাকিব তোকেনো এৰি
তোৰ মগালি চুলিয়ে মোৰে মন নচুৱাই
আৰু তোৰ পদোমি খোযে মোৰ
দেহা মন চুভি যাই
অ তোৰ মগালি চুলিয়ে মোৰে মন নচুৱাই
আৰু তোৰ পদোমি খোযে মোৰ
দেহা মন চুভি যাই

অ মোৰে দেহা অ মোৰে মইনা
মোৰে জিবনলে বাট চাম তোলে

জনম জনমলে
হবি মই তোল

Writer(s): Kishore Baruah, Pinkal Pratyush<br>Lyrics powered by www.musixmatch.com


More from Ture Sokule Sai Sai

Loading

You Might Like

Loading


3m 16s  ·  Assamese

© 2017 Times Music

FAQs for Ture Sokule Sai Sai