Mathu Tumi

Mathu Tumi Lyrics

Mathu Tumi  by Uddipta Bharali

Song  ·  9,285 Plays  ·  3:56  ·  Assamese

© 2020 Shopolo Digital

Mathu Tumi Lyrics

আকাশে ক′লে তুমি মোৰ
বতাহে ক'লে তুমি মোৰ
মাথোঁ মোৰ

মই নক′লেও
তুমি নাজানিলেও
মই নক'লেও
তুমি নাজানিলেও

মোৰ দিন, মোৰ ৰাতি
মোৰ মন, মোৰ পৃথিৱী
এতিয়া যে তুমি
মাথোঁ তুমি

আকাশে ক'লে তুমি মোৰ
বতাহে ক′লে তুমি মোৰ
মাথোঁ মোৰ

মই নক′লেও
তুমি নাজানিলেও
মই নক'লেও
তুমি নাজানিলেও

মোৰ দিন, মোৰ ৰাতি
মোৰ মন, মোৰ পৃথিৱী
এতিয়া যে তুমি
মাথোঁ তুমি

হৃদয়ৰে মাজতে তুমি মোৰ
উশাহে-নিশাহে তুমি মোৰ
সপোনৰে মাজতে যেন তুমিয়েই তুমি যে মোৰ

হৃদয়ৰে মাজতে তুমি মোৰ
উশাহে-নিশাহে তুমি মোৰ
সপোনৰে মাজতে যেন তুমিয়েই তুমি যে মোৰ

আকাশে ক′লে তুমি মোৰ
বতাহে ক'লে তুমি মোৰ
মাথোঁ মোৰ

মই নক′লেও
তুমি নাজানিলেও
মই নক'লেও
তুমি নাজানিলেও

মোৰ দিন, মোৰ ৰাতি
মোৰ মন, মোৰ পৃথিৱী
এতিয়া যে তুমি
মাথোঁ তুমি

Writer(s): Harshraj, Harshraj Pathak, Nikhil Sarma<br>Lyrics powered by www.musixmatch.com


More from Mathu Tumi

Loading

You Might Like

Loading


3m 56s  ·  Assamese

© 2020 Shopolo Digital

FAQs for Mathu Tumi