Dubori

Dubori Lyrics

Dubori  by Anubhab Baruah, Pritam Kashyap

Song  ·  3:59  ·  Assamese

© 2021 Shopolo Digital

Dubori Lyrics

দুবৰিৰে নিয়ৰে
মাথোঁ ক′ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা
নিজান বতাহ যাকে
মাথোঁ ক'ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা
নীৰৱতা ভাঙি আজি
নীৰৱে ক′ব খোজে
নীৰৱতা বিলীন তোমাত

দুবৰিৰে নিয়ৰে
মাথোঁ ক'ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা
নিজান বতাহ যাকে
মাথোঁ ক'ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা

তোমাৰ দুচকুৰ
প্ৰেমৰ এই মিঠা কাহিনীত
বৈ যাব খুজিছে মোৰ
হিয়াৰ বেদনা
তোমাৰ দুচকুৰ
প্ৰেমৰ এই মিঠা কাহিনীত
বৈ যাব খুজিছে মোৰ
হিয়াৰ বেদনা
তোমাৰ দুচকুৰ
শিতলতাৰেই কাহিনীত
ভাঁহি আহিব খোজে
প্ৰেমৰ পচোৱা

নীৰৱতা ভাঙি আজি
নীৰৱে ক′ব খোজে
নীৰৱতা বিলীন তোমাত

দুবৰিৰে নিয়ৰে
মাথোঁ ক′ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা
নিজান বতাহ যাকে
মাথোঁ ক'ব খুজিছে
তোমাৰেই প্ৰেমৰ কথা

Lyrics powered by www.musixmatch.com


More from Dubori

Loading

You Might Like

Loading


3m 59s  ·  Assamese

© 2021 Shopolo Digital

FAQs for Dubori