Modhulogon

Modhulogon Lyrics

Modhulogon  by Deeplina Deka, Pranab Priyankush Baruah

Song  ·  514,617 Plays  ·  4:50  ·  Assamese

© 2020 Shopolo Digital

Modhulogon Lyrics

মধু লগনৰ মধু ক্ষণ
উগুল থুগুল মন আজি
তোমাতেই মগন
সঁপিলো নিজকে তোমাত
তুমিয়েই জীৱন

তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন
তোমাৰে কপালত থাপিলো ৰঙা ফাগুন
মধু লগনৰ মধু ক্ষণ...

তোমাৰে মৰমক বুকুতে সামৰি
ৰাখিমে ওৰে জীৱন
তোমাৰে সপোনক দুহাতে সাবটি
ৰাখিমে ওৰে জীৱন

হাতে হাতে ধৰি আমি দুয়ো আগুৱাম
সুখে দুখে মিলি দুয়ো দুয়োকে ধিয়াম
এটি এটি পল হাঁহি হাঁহি উজলাম
হেঁপাহৰে পজা আমি প্ৰেমৰে সজাম

তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন
তোমাৰে কপালত থাপিলো ৰঙা ফাগুন
মধু লগনৰ মধু ক্ষণ...

Lyrics powered by www.musixmatch.com


More from Modhulogon

Loading

You Might Like

Loading


4m 50s  ·  Assamese

© 2020 Shopolo Digital

FAQs for Modhulogon